Meaning : যাৰ অধিকাৰ নাই
							Example : 
							ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
							
Synonyms : অধিকাৰহীন
Meaning : স্বত্বৰ পৰা আঁতৰত
							Example : 
							ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
							
Meaning : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
							Example : 
							আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
							
Synonyms : অনধিকাৰ