Meaning : স্বচ্ছ হোৱা অৱস্থা বা গুণ
							Example : 
							কাপোৰখনৰ স্বচ্ছতাৰ বাবে তাৰ পিছফালে থকা বস্তু দেখা পোৱা গৈছে
							
Meaning : স্বচ্ছ হোৱা অৱস্থা
							Example : 
							এই ভৱনটোৰ বেৰবোৰত লগোৱা আইনাৰ স্বচ্ছতাৰ বাবে বাহিৰৰ মনোৰম দৃশ্য দেখা যায়
							
Meaning : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
							Example : 
							পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
							
Synonyms : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, শুদ্ধতা