Meaning : চল্লিশৰ লগত সাত যোগ কৰিলে পোৱা সংখ্যা
							Example : 
							বিশ আৰু সাতাইশ মিলি সাতচল্লিশ হয়
							
Meaning : চল্লিশ আৰু সাত
							Example : 
							এই ভৱনটো সাজিবৰ কাৰণে সাতচল্লিশডাল গছ কাটিব লগা হʼল
							
Synonyms : দুকুৰি সাত, ৪৭