Meaning : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
							Example : 
							দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
							
Synonyms : মজুতকাৰী
Meaning : সংগ্রহ কৰোঁতা
							Example : 
							বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
							
Synonyms : মজুতকাৰী