Meaning : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
							Example : 
							সীতাই সেউজীয়া ৰঙৰ শাৰী  পিন্ধিবলৈ ভাল পায়
							
Meaning : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
							Example : 
							ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
							
Synonyms : লানী
Meaning : ক্রম অনুসাৰে হোৱা অৱস্থা
							Example : 
							দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
							
Synonyms : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
Meaning : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
							Example : 
							উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
							
Synonyms : পংক্তি