Meaning : কোনো মানুহে একো কাম কৰিব নোৱাৰাকৈ ভয় খুওৱা কার্য
							Example : 
							ডকাইতে গাঁওবাসীক বোমা দলিয়াই সন্ত্রাসিত কৰিলে
							
Synonyms : আতংকিত কৰা, আতঙ্কিত কৰা, ত্রস্ত কৰা, ত্রাসিত কৰা, পেপুৱা লগা, ভয়ার্ত ্কৰা, শংকিত কৰা, সন্ত্রাসিত কৰা