Meaning : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
							Example : 
							এই বছৰ আম গছত সোনকালে মল লাগিছে
							
Meaning : কার্য আদিত ৰত হোৱা
							Example : 
							ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
							
Synonyms : ব্যস্ত হোৱা, লাগি থকা
Meaning : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
							Example : 
							নাওখন নদীৰ পাৰত গৈ লাগিল
							
Meaning : অনুমানতকৈ বেছি প্রয়োজন হোৱা
							Example : 
							এই কামটোত বহুত টকা লাগিছে
							
Meaning : কোনো কামত দৃঢ়তাৰে লাগি থকা
							Example : 
							বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
							
Synonyms : লাগি যোৱা
Meaning : কাৰোবাক আঘাত দিয়া
							Example : 
							তেওঁ ্মোক পেনৰ নিব লগালে
							
Meaning : আঘাত বা কষ্ট পোৱা
							Example : 
							তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে  খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
							
Synonyms : আঘাত কৰা
Meaning : সম্বন্ধত কিবা হোৱা
							Example : 
							মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
							
Meaning : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
							Example : 
							বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
							
Meaning : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
							Example : 
							আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল