Meaning : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
							Example : 
							এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
							
Synonyms : যোগ চিন
Meaning : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
							Example : 
							মুঠ অংকটোৰ যোগ কিমান হʼল ?
							
Meaning : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
							Example : 
							তেওঁ প্রতিদিন যোগসাধনা কৰে
							
Synonyms : যোগসাধনা