Meaning : সোণেৰে বনোৱা মুদ্রা
							Example : 
							হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
							
Synonyms : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
Meaning : সোণেৰে তৈয়াৰী মুদ্রা
							Example : 
							তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে
							
Synonyms : সোণৰ মুদ্রা
Meaning : সোণ বা ৰূপৰ মুদ্রা
							Example : 
							বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
							
Meaning : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
							Example : 
							টাকশালত টকা-পইচাৰ ছাপ মৰা হয়