Meaning : সলনি নোহোৱা অৱস্থাত
							Example : 
							আমি আমাৰ প্রগতিক এনেদৰেই বাহাল ৰখা উচিত
							
Meaning : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
							Example : 
							কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
							
Synonyms : অক্ষুণ্ণ, অটল, অপৰিবর্ত্তিত