Meaning : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
							Example : 
							
							
Synonyms : টান কৰা
Meaning : যিকোনো বস্তুক একগোট কৰি বন্ধা
							Example : 
							বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
							
Synonyms : পেক কৰা
Meaning : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
							Example : 
							তেওঁ খৰিবোৰ বান্ধি আছে
							
Synonyms : গ্রন্থন কৰা, জৰী পকা
Meaning : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
							Example : 
							ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে