Meaning : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য
							Example : 
							তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি  বিচনীৰে বিচিবলৈ ধৰিলে
							
Synonyms : আহাৰ যোগান
Meaning : থালী বা পাতত আহাৰ দিয়া কার্য
							Example : 
							মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
							
Synonyms : পৰিৱেশন কৰা, বিলোৱা
Meaning : বর্ধন ্ কার্য
							Example : 
							বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে  অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে
							
Synonyms : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা
Meaning : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা
							Example : 
							উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে