Meaning : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
							Example : 
							নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
							
Synonyms : অনাত্মীয়
Meaning : যি আপোন নহয়
							Example : 
							পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
							
Synonyms : আনাত্মীয়