Meaning : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
							Example : 
							এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
							
Synonyms : আদবয়সীয়া, মধ্যবয়সীয়া, মধ্যবয়স্ক
Meaning : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
							Example : 
							আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
							
Synonyms : আদহীয়া, মধ্যবয়সীয়া