Meaning : কোনো কথা আদি ব্যক্ত কৰা কার্য
							Example : 
							তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
							
Synonyms : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
Meaning : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
							Example : 
							তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
							
Synonyms : ব্যক্ত কৰা