Meaning : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
							Example : 
							
							
Synonyms : পাৰ চৰাই
Meaning : সন্মুখত থকা অন্য ফাল
							Example : 
							আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
							
Meaning : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
							Example : 
							নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
							
Synonyms : তীৰ
Meaning : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
							Example : 
							ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে