Meaning : বিশেষকৈ নি্র্ধাৰিত সময়ত প্রকাশিত হোৱা এক বিশেষ প্রকাৰৰ পুস্তক যʼত কোনো সংবাদ, বার্তা বা কাৰোবাৰ বিচাৰৰ বর্ণন ্থাকে
							Example : 
							তেওঁ আলোচনী পঢ়িবলৈ ভাল পায়
							
Synonyms : আলোচনী
Meaning : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
							Example : 
							তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
							
Synonyms : পত্র