Meaning : নলৰ আকাৰৰ কোনো বস্তু
							Example : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
Synonyms : চুঙা
Meaning : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
							Example : 
							ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
							
Meaning : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
							Example : 
							ৰামে হোকা খাই আছে
							
Synonyms : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা