Meaning : ধোঁৱা বৰণৰ
							Example : 
							কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
							
Meaning : ধূলি লগা বা ধূলি সনা
							Example : 
							খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
							
Synonyms : ধূলি ধূসৰ, ধূলিধূসৰিত
Meaning : ধূলিৰে ভৰি থকা
							Example : 
							ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
							
Synonyms : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত