Meaning : ডাবি-ধমকি দিয়া কার্য
							Example : 
							ইমান ডবিওৱাৰ পিছতো ৰামে নিজৰ মনৰ মতেই কৰিলে
							
Synonyms : ডবিওৱা, ডাবি-ধমকি দিয়া
Meaning : ধমকি দি ভয় খুওৱা
							Example : 
							এটা লʼৰাই মোৰ সৰু ভাইটিক ধমকি দিছিল
							
Synonyms : ধমকি দিয়া, হুমকি দিয়া