Meaning : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
							Example : 
							দুইৰ দুগুণ চাৰি
							
Meaning : যিমান থাকে আৰু সিমান
							Example : 
							যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
							
Meaning : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
							Example : 
							এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে