Meaning : দল বদলি কৰা ব্যক্তি বা যিজনে এটা দল এৰি অন্য এটা দলত যোগদান কৰে
							Example : 
							দলবদলীয়াৰ কাৰণে কেতিয়াবা চৰকাৰো শাসনৰ পৰা আঁতৰিব লগাত পৰে
							
Meaning : দল সলনি কৰা বা যি এটা দল এৰি অন্য এটা দললৈ গুচি যায়
							Example : 
							চৰকাৰ গঠন হোৱাৰ লগে-লগেই দলবদলীয়া নেতাসকলক মন্ত্রীৰ দায়িত্ব দিয়া হʼল