Meaning : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
							Example : 
							ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
							
Synonyms : ন্যায়াধীশ, মেজিষ্ট্রেট
Meaning : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ
							Example : 
							মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে
							
Synonyms : দণ্ডাধিকাৰী