Meaning : অপৰাধৰ কাৰণে দিয়া দণ্ডৰ বিধানৰ বিষয়ে বিস্তৃতভাৱে থকা কোনো গ্রন্থ
							Example : 
							ভাৰতীয় দণ্ডবিধি অনুসৰি জৰুৰীকালীন অৱস্থাত ধাৰা ৩০২ বলৱৎ কৰা হয়
							
Meaning : সেই বিধি বা নিয়ম যাৰ জৰিয়তে কোনো অপৰাধৰ দণ্ড বা বিধান আদিৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়
							Example : 
							ভাৰতীয় দণ্ডবিধিৰ দফা ৩০২-ৰ অধীনত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়
							
Synonyms : দণ্ডবিধান