Meaning : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
							Example : 
							তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
							
Synonyms : শুং
Meaning : দাঁতেৰে কামোৰা কার্য
							Example : 
							বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
							
Meaning : দাঁতেৰে কামুৰিলে হোৱা ঘা
							Example : 
							সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে