Meaning : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
							Example : 
							ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
							
Meaning : বার্মু্দাত প্রচলিত মুদ্রা
							Example : 
							তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
							
Synonyms : বার্মুদিয়ান ডলাৰ
Meaning : হংকঙত প্রচলিত মুদ্রা
							Example : 
							এক হংকং ডলাৰ ভাৰতীয় ছটকা মূল্যৰ সমান হয়
							
Synonyms : হংকং ডলাৰ
Meaning : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
							Example : 
							মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
							
Synonyms : অষ্ট্রেলিয়ান ডলাৰ
Meaning : আমেৰিকাত প্রচলিত মুদ্রা
							Example : 
							এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
							
Synonyms : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
Meaning : বাহামাত চলা মুদ্রা
							Example : 
							এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
							
Synonyms : বাহামিয়ান ডলাৰ