Meaning : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
							Example : 
							মোৰ ডিঙিটো টানি ধৰিছে
							
Synonyms : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
Meaning : অনুচিতভাৱে লোৱা
							Example : 
							মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
							
Synonyms : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা