Meaning : কাৰোবাক জপিওৱা কার্যত প্রবৃত্ত কৰা
							Example : 
							তেওঁ ্মোৰ লগত এশবাৰ জপিয়ালে
							
Meaning : লফিয়াই লফিয়াই যোৱা কাৰ্য
							Example : 
							চোতালত ঘৰচিৰিকাবোৰে জপিয়াই আছে
							
Synonyms : জপিয়াই থকা, লফিওৱা, লফিয়াই থকা