Meaning : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা
							Example : 
							শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল
							
Synonyms : চাই থকা
Meaning : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা
							Example : 
							চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে
							
Synonyms : ধ্যান দিয়া
Meaning : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা
							Example : 
							মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ
							
Meaning : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা
							Example : 
							চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই
							
Meaning : দৃষ্টি নিক্ষেপ কৰা
							Example : 
							দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে
							
Synonyms : দেখা