Meaning : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
							Example : 
							বাৰানসী গলিৰে ভৰা চহৰ
							
Synonyms : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
Meaning : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
							Example : 
							আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
							
Synonyms : অলি-গলি, গলি ৰাস্তা, সৰফলা