Meaning : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
							Example : 
							ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
							
Synonyms : যাতনা দিয়া, শাস্তি দিয়া
Meaning : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
							Example : 
							অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
							
Synonyms : দুখ দিয়া
Meaning : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
							Example : 
							বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
							
Synonyms : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া