Meaning : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
							Example : 
							বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
							
Synonyms : অক্ষতযোনি নাৰী, কুমাৰী
Meaning : বাৰটা ৰাশিৰ মাজৰ ছয় নম্বৰৰ ৰাশি
							Example : 
							এই বছৰটো কন্যাৰাশিৰ লোকৰ কাৰণে ফলদায়ক হʼব
							
Synonyms : কন্যা ৰাশি, কন্যাৰাশি