Meaning : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
							Example : 
							মাছবোৰ জালৰ পৰা এৰাই গʼল
							
Synonyms : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা
Meaning : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
							Example : 
							বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
							
Synonyms : ছিঙা, ছিন্ন হোৱা