Meaning : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
							Example : 
							আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
							
Synonyms : উৰি থকা
Meaning : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
							Example : 
							
							
Synonyms : উৰি থকা
Meaning : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
							Example : 
							চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
							
Meaning : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
							Example : 
							মেজত থোৱা কিতাপখন কʼত হেৰাল
							
Synonyms : হেৰোৱা
Meaning : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
							Example : 
							এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
							
Synonyms : উৰি যোৱা
Meaning : বতাহত ইফাল-সিফাল হৈ পৰা
							Example : 
							ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
							
Synonyms : উৰি যোৱা
Meaning : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
							Example : 
							
							
Synonyms : পিন্ধা, পৰিধান কৰা, লোৱা