Meaning : ওলটা-পোলোটা কৰা কার্য ্বা ভাব
							Example : 
							হনুমানে লংকাত ওলট-পালট লগাই দিলে
							
Synonyms : ওলট-পালট
Meaning : যিটো এফালৰ পৰা আনফাললৈ নিয়া হৈছে অথবা যিটো যেনেকুৱা হোৱা উচিত তেনেধৰণৰ নোহোৱা এক অৱস্থা
							Example : 
							তেওঁ ্উল্টা-সিধা কথা কৈ আমাক মূর্খ সাজিছে
							
Synonyms : উলট-পালট, উল্টা-পাল্টা, উল্টা-সিধা