Meaning : উত্তৰআমেৰিকাৰ নিবাসী
							Example : 
							কেইজনমান ধনী উত্তৰআমেৰিকানে দুখীয়াৰ সহায়ৰ বাবে ধনৰাশী আগবঢ়ালে
							
Synonyms : উত্তৰ-আমেৰিকান, উত্তৰআমেৰিকান
Meaning : উত্তৰআমেৰিকা সম্বন্ধী বা উত্তৰআমেৰিকাৰ
							Example : 
							উত্তৰআমেৰিকান দেশবোৰ অপেক্ষাকৃত ভাবে বেছি সমৃদ্ধ
							
Synonyms : উত্তৰ-আমেৰিকান, উত্তৰআমেৰিকান