Meaning : তৃপ্তি নোপোৱা অৱস্থা
							Example : 
							আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
							
Synonyms : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তুষ্টি
Meaning : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
							Example : 
							আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
							
Synonyms : অপ্রসন্নতা, অসন্তুষ্টি