Meaning : বেয়া লক্ষণ বা চিন
							Example : 
							ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
							
Synonyms : কুলক্ষণ
Meaning : যি লক্ষণ অশুভৰ পৰিচায়ক
							Example : 
							ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
							
Synonyms : অমংগল