Meaning : যি পোনপটীয়া বা স্পষ্টভাৱে সন্মুখলৈ নাহি অকোৱা-পকোৱাকৈ বা অন্য ফালেদি আহে
							Example : 
							সেই কামটো কৰিবৰ কাৰণে মই পৰোক্ষ পন্থা হাতত লʼব লাগিব
							
Synonyms : পৰোক্ষ
Meaning : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
							Example : 
							ঈশ্বৰ ইন্দ্রিয়াতীত
							
Synonyms : অতিন্দ্রিয়, অলৌকিক, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ