Meaning : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
							Example : 
							কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
							
Meaning : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
							Example : 
							দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
							
Synonyms : ফৰমাইচ
Meaning : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
							Example : 
							চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
							
Synonyms : প্রার্থ্্না, মিনতি
Meaning : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
							Example : 
							আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ