ଅର୍ଥ : উত্তম হোৱাৰ অৱস্থা
							ଉଦାହରଣ : 
							চৰিত্র ভালেই সকলো ভাল
							
ସମକକ୍ଷ : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা
ଅର୍ଥ : যি ৰুচিৰে ভৰপূৰ
							ଉଦାହରଣ : 
							তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
							
ସମକକ୍ଷ : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
ଅର୍ଥ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
							ଉଦାହରଣ : 
							মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
							
ସମକକ୍ଷ : বঢ়িয়া
ଅର୍ଥ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
							ଉଦାହରଣ : 
							এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
							
ସମକକ୍ଷ : বঢ়িয়া