ଅର୍ଥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
							ଉଦାହରଣ : 
							চালকজনে লʼৰাটোক ঘোঁৰাত  বহুৱালে
							
ସମକକ୍ଷ : উঠোৱা
ଅର୍ଥ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
							ଉଦାହରଣ : 
							ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
							
ଅର୍ଥ : কোনো পদত কার্যনি্র্বাহ কৰা
							ଉଦାହରଣ : 
							চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
							
ସମକକ୍ଷ : আসীন কৰা