ଅର୍ଥ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
							ଉଦାହରଣ : 
							কাপোৰৰ জোৰাখিনি ফাটি থাকিল
							
ସମକକ୍ଷ : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল
ଅର୍ଥ : অন্য কোনো বস্তুৰ শেষত লগোৱা
							ଉଦାହରଣ : 
							চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
							
ସମକକ୍ଷ : জোৰা লগোৱা, সংলগ্ন কৰা