ଅର୍ଥ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু
							ଉଦାହରଣ : 
							ফলৰ  দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল
							
ସମକକ୍ଷ : নেট
ଅର୍ଥ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
							ଉଦାହରଣ : 
							অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
							
ସମକକ୍ଷ : ফান্দ
ଅର୍ଥ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ
							ଉଦାହରଣ : 
							শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে
							
ଅର୍ଥ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে
							ଉଦାହରଣ : 
							টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে
							
ସମକକ୍ଷ : নেট
ଅର୍ଥ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
							ଉଦାହରଣ : 
							মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
							
ସମକକ୍ଷ : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি