ଅର୍ଥ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : লোৱা
ଅର୍ଥ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা
							ଉଦାହରଣ : 
							নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে
							
ସମକକ୍ଷ : লোৱা, স্বীকাৰ কৰা
ଅର୍ଥ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা
							ଉଦାହରଣ : 
							বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ
							
ସମକକ୍ଷ : লোৱা, স্বীকাৰ কৰা