ଅର୍ଥ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
							ଉଦାହରଣ : 
							ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
							
ଅର୍ଥ : কিছু সময় ওপৰলৈ ধৰি থকা
							ଉଦାହରଣ : 
							তেওঁ ্বোজাটো মূৰত উঠালে
							
ଅର୍ଥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
							ଉଦାହରଣ : 
							তেওঁক বেছি নুঠাবা  ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
							
ସମକକ୍ଷ : উঠাই দিয়া
ଅର୍ଥ : (সংগীত) স্বৰ তীব্র কৰা
							ଉଦାହରଣ : 
							গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
							
ସମକକ୍ଷ : তোলা
ଅର୍ଥ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
							ଉଦାହରଣ : 
							তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
							
ଅର୍ଥ : স্থান ত্যাগ কৰা
							ଉଦାହରଣ : 
							তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
							
ଅର୍ଥ : কাৰোবাক অধিক গুৰুত্ব দিয়া
							ଉଦାହରଣ : 
							মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
							
ଅର୍ଥ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
							ଉଦାହରଣ : 
							দেউতাই মোক ঝুলনাত উঠালে
							
ଅର୍ଥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
							ଉଦାହରଣ : 
							চালকজনে লʼৰাটোক ঘোঁৰাত  বহুৱালে
							
ସମକକ୍ଷ : বহুওৱা
ଅର୍ଥ : উঠিবলৈ প্ৰবৃত্ত কৰা
							ଉଦାହରଣ : 
							চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
							
ସମକକ୍ଷ : উঠাই দিয়া
ଅର୍ଥ : বহী, কাগজ আদিত লিখা
							ଉଦାହରଣ : 
							মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
							
ସମକକ୍ଷ : উঠাই থোৱা