ଅର୍ଥ : প্রথা বন্ধ কৰা কার্য
							ଉଦାହରଣ : 
							আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
							
ସମକକ୍ଷ : নিষিদ্ধ কৰা, বন্ধ কৰা
ଅର୍ଥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
							ଉଦାହରଣ : 
							তেওঁক বেছি নুঠাবা  ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
							
ସମକକ୍ଷ : উঠোৱা