ଅର୍ଥ : দূৰত বা পৃথক কৰি থোৱা
							ଉଦାହରଣ : 
							কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে
							
ସମକକ୍ଷ : আঁ্তৰাই থোৱা
ଅର୍ଥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
							ଉଦାହରଣ : 
							কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
							
ସମକକ୍ଷ : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া
ଅର୍ଥ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া
							ଉଦାହରଣ : 
							চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা
							
ଅର୍ଥ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা
							ଉଦାହରଣ : 
							কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে
							
ସମକକ୍ଷ : পদচ্যুত কৰা, বর্খাস্ত কৰা