সোফা (বিশেষ্য)
যিহৰ দ্বাৰা কোনো বস্তু ঢকা হয়:গাখীৰৰ পাত্রটোৰ ঢাকনিখন মাৰি থোৱা এই দোৱাতটোৰ সাফৰখন ভাঙি থাকিল
আগে আগে (ক্ৰিয়া বিশেষণ)
কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
মাতৃ (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
এছীয় ৰাষ্ট্র (বিশেষ্য)
এছিয়া মহাদেশৰ অন্তর্গত দেশ
হেৰাই যোৱা (ক্ৰিয়া)
দেখা নোপোৱা
দী্র্ঘজীৱী (বিশেষ্য)
যিজন ব্যক্তি বহুবছৰ ধৰি জীয়াই থাকে
জননী (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
চাপ (বিশেষ্য)
নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
আৱিষ্কাৰ কৰা (ক্ৰিয়া)
অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ