ଅର୍ଥ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
							ଉଦାହରଣ : 
							নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
							
ସମକକ୍ଷ : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
ଅର୍ଥ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
							ଉଦାହରଣ : 
							দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
							
ସମକକ୍ଷ : ব্যৱস্থিত কৰা, লগোৱা
ଅର୍ଥ : আহাৰ সন্মুখত ৰখা
							ଉଦାହରଣ : 
							তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
							
ସମକକ୍ଷ : পৰিৱেশন কৰা